The CEBA has finally announced the date of the canceled matriculation science examination. The science examination will be held on March
  • last year
অৱশেষত ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ বাতিল হোৱা বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ দিন। ৩০ মাৰ্চত অনুষ্ঠিত কৰা হ'ব বিজ্ঞানৰ পৰীক্ষা। এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

The CEBA has finally announced the date of the canceled matriculation science examination. The science examination will be held on March The announcement was made by Education Minister Ranoz Pegu.
Recommended