পানীৰ ধৰ্মৰ বিষয়ে কৰা এটি কাৰ্যকলাপ II Properties of Water II
  • 4 years ago
আমি জানো পানীয়েই প্ৰাণ। এই পানীৰ বিষয়ে অলপমান চিন্তা কৰিলে বহুত কথা মনত পৰি যায়। ই আমাৰ বাবে বহুত দৰকাৰী। যিকোনো কাম কৰিবলৈ ইয়াৰ দৰকাৰ। তথাপি আমি এইটো চিন্তাও কৰিব লাগিব যে পানী আমি যদি এনে পাই আছো কিন্তু এটা সময়ত ই নাইকিয়া হৈ যাব পাৰে। অৰ্থাত আমি ইয়াক অযথা নষ্ট কৰিব নেলাগে। প্ৰয়োজন অনুসৰি ইয়াক ব্যবহাৰ কৰিব লাগে। ধন্যবাদ